অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক মুখ্য মেনু মুখ্য মেনু পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক দিশ-নিৰ্দেশনা বেটুপাত ৰাইজৰ চ'ৰা ৱিকিপত্ৰিকা শেহতীয়া সাল-সলনি যিকোনো পৃষ্ঠা সহায় সন্ধান কৰক অনুসন্ধান অৱয়ব দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ ব্যক্তিগত সৰঞ্জাম দান কৰক একাউণ্ট সৃষ্টি কৰক প্ৰৱেশ বেটুপাত বেটুপাত আলোচনা অসমীয়া পঢ়ক উৎস চাওক ইতিহাস চাওক সা-সঁজুলি সঁজুলি পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক কাৰ্যসমূহ পঢ়ক উৎস চাওক ইতিহাস চাওক সাধাৰণ সংযুক্ত পৃষ্ঠাসমূহ প্ৰাসংগিক সালসলনিসমূহ ফাইল আপল’ড কৰক স্থায়ী সংযোগ পৃষ্ঠাটোৰ বিষয়ে তথ্য অনুবাদ প্ৰবন্ধটোৰ বিষয়ে তথ্য সংক্ষিপ্ত ইউআৰএল প্ৰাপ্ত কৰক Switch to legacy parser মুদ্ৰণ/ৰপ্তানী কিতাপ প্ৰস্তুত কৰক PDF ৰূপে ডাউনল’ড কৰক মুদ্ৰণযোগ্য সংস্কৰণ আন প্ৰকল্পসমূহত Abstract Wikipedia ৱিকিমিডিয়া কমন্স Wikimedia Foundation মিডিয়াৱিকি মেটা-ৱিকি Wikimedia Outreach বহুভাষিক ৱিকিউৎস ৱিকিপ্ৰজাতি ৱিকিতথ্য Wikifunctions ৱিকিমেনিয়া ৱিকিউদ্ধৃতি ৱিকিউৎস ৱিকিঅভিধান ৱিকিতথ্য আইটেম অৱয়ব পাৰ্শ্বদণ্ডলৈ যাওক লুকুৱাওক অসমীয়া ৱিকিপিডিয়াৰ পৰা মুক্ত বিশ্বকোষ সকলোৱে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণলৈ আদৰিছোঁ। ইয়াত বৰ্তমান ২৪,৬৯২ টা প্ৰবন্ধ আছে। সহায়িকা - প্ৰধান শ্ৰেণীসমূহ - অৰ্থকোষ - দায়লুপ্তি অ আ ই ঈ উ ঊ ঋ এ ঐ ও ঔ ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ ড় ঢ় য় ৎ ০-৯ সম্পূৰ্ণ তালিকা অনিৰ্দিষ্ট নিৰ্বাচিত প্ৰবন্ধ নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) ) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত এক প্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী, পঞ্জাবী আৰু সংস্কৃত ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষাত নাগচাফা বোলা হয়। বাংলা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত। এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি। বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰ পৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা। ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই এক প্ৰকাৰৰ শোভাবৰ্ধক, চিৰসেউজীয়া উদ্ভিদ। ইয়াত বিতংকৈ পঢ়ক আপুনি জানেনে... বাণীকান্ত কাকতি ...যে নটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই বছৰৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন? ...যে বাৰাণসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা জয়প্ৰকাশ নাৰায়ণ আছিল? ...যে পৰ্যাবৃত্ত তালিকাখনত ১৮ টা বৰ্গ আৰু ৭ টা পৰ্যায় আছে? ...যে বাণীকান্ত কাকতি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী পাইছিল? ...যে ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) গঢ় লৈ উঠিছিল? নিৰ্বাচিত চিত্ৰ অসমৰ মঙলদৈত গৰু বিহুৰ দিনা গৰুৰ গা ধুৱাই থকা দৃশ্য। ৰঙালী বা ব'হাগ বিহুৰ চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।। আলোকচিত্ৰ:গৌতম ডেকা পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... 📽️ নিৰ্বাচিত মিডিয়া বগেজাৰী নৃত্য ভাৰতৰ অসমৰ পাতিৰাভা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। মিডিয়া সংগ্ৰহকাৰী: কমল দাস পূৰ্বৰ নিৰ্বাচিত মিডিয়াসমূহ – অধিক নিৰ্বাচিত মিডিয়া... পৰিচিতি "ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব। এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি। ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে। সহায় নতুন সদস্যই একাউণ্ট খুলিবলৈ ইয়াত ক্লিক কৰক। ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ কৰিবলৈ ইয়াত ক্লিক কৰক। যদি পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ইয়াত ক্লিক কৰক। ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? সহায়ৰ বাবে ইয়াত ক্লিক কৰক। ৱিকিপিডিয়ানৰ হাতপুথি সাহায্য আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া নীতি আৰু নিৰ্দেশাৱলী নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি আচৰণবিধি শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐকমত্য · ধ্বংসপ্ৰৱণতা বিষয় সূচী অসম অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা ভাৰত ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা দেশ-বিদেশ মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন মানৱ বিজ্ঞান কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা সাহিত্য আৰু সংস্কৃতি সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান জীৱনী অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো বিজ্ঞান গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব মনোৰঞ্জন বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল ৱিকিপিডিয়া আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা অন্যান্য ৱিকি-প্ৰকল্পসমূহ অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:): ৱিকিমিডিয়া কমন্স অংশীদাৰী মিডিয়া ভঁৰাল ৱিকিউদ্ধৃতি উক্তিৰ সংগ্ৰহালয় ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু হাতপুথি ৱিকিউৎস মুক্ত উৎসৰ পুথিভঁৰাল ৱিকিঅভিধান অভিধান আৰু সমাৰ্থক শব্দকোষ ৱিকিসংবাদ মুক্ত উৎসৰ বাতৰি ৱিকিপ্ৰজাতি জীৱপ্ৰজাতি নিৰ্দেশিকা মেটাৱিকি ৱিকিমিডিয়া প্ৰকল্প সমন্বয় অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ ১০ লাখতকৈ অধিক প্ৰবন্ধসমৃদ্ধ العربية Deutsch English Español Français Italiano Nederlands 日本語 Polski Português Русский Svenska Українська Tiếng Việt 中文 আঢ়ৈ লাখতকৈ অধিক প্ৰবন্ধসমৃদ্ধ Bahasa Indonesia Bahasa Melayu 閩南語 / Bân-lâm-gí Български Català Čeština Dansk Esperanto Euskara فارسی‎ עברית 한국어 Magyar Norsk Bokmål Română Srpski Srpskohrvatski Suomi Türkçe পঞ্চাশ হাজাৰতকৈ অধিক প্ৰবন্ধসমৃদ্ধ Asturianu Bosanski Eesti Ελληνικά Simple English Galego Hrvatski Latviešu Lietuvių മലയാളം Македонски Norsk nynorsk Shqip Slovenčina Slovenščina ไทย অন্য ভাৰতীয় ভাষা সমূহত संस्कृतम् पालि ಕನ್ನಡ தமிழ் ગુજરાતી मराठी کٲشُر سنڌي മലയാളം తెలుగు हिन्दी বাংলা বিষ্ণুপ্ৰিয়া মণিপুব়ী ଓଡ଼ିଆ नेपाली भोजपुरी ਪੰਜਾਬੀ اردو ᱥᱟᱱᱛᱟᱲᱤ ꯃꯤꯇꯩ ꯂꯣꯟ मैथिली अंगिका अवधी डोटेली ತುಳು गोंयची कोंकणी नेपाल भाषा ꠍꠤꠟꠐꠤ پنجابی Fiji Hindi অন্যান্য বিতং তালিকা বহুভাষিক তালিকা কেশ্ব পৰিষ্কাৰ কৰক "https://as.wikipedia.org/w/index.php?title=বেটুপাত&oldid=610854"ৰ পৰা অনা হৈছে অদৃশ্য শ্ৰেণী: অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ 347টা ভাষা Аԥсшәа Acèh Адыгабзэ Afrikaans Alemannisch Алтай тил አማርኛ Pangcah Aragonés Ænglisc Obolo अंगिका العربية ܐܪܡܝܐ الدارجة مصرى Asturianu Atikamekw Авар Kotava अवधी Aymar aru Azərbaycanca تۆرکجه Башҡортса Basa Bali Boarisch Žemaitėška Batak Toba Bikol Central Bajau Sama Беларуская (тарашкевіца) Беларуская Betawi Български भोजपुरी Bislama Banjar ပအိုဝ်ႏဘာႏသာႏ Bamanankan বাংলা བོད་ཡིག বিষ্ণুপ্রিয়া মণিপুরী Brezhoneg Bosanski Batak Mandailing Basa Ugi Буряад Català Chavacano de Zamboanga 閩東語 / Mìng-dĕ̤ng-ngṳ̄ Нохчийн Cebuano Chamoru ᏣᎳᎩ Tsetsêhestâhese کوردی Corsu Nēhiyawēwin / ᓀᐦᐃᔭᐍᐏᐣ Qırımtatarca Čeština Kaszëbsczi Словѣньскъ / ⰔⰎⰑⰂⰡⰐⰠⰔⰍⰟ Чӑвашла Cymraeg Dansk Dagbanli Deutsch Dagaare Thuɔŋjäŋ Zazaki Dolnoserbski Kadazandusun डोटेली ދިވެހިބަސް ཇོང་ཁ Eʋegbe Ελληνικά Emiliàn e rumagnòl English Esperanto Español Eesti Euskara Estremeñu فارسی Mfantse Fulfulde Suomi Võro Na Vosa Vakaviti Føroyskt Fɔ̀ngbè Français Arpetan Nordfriisk Furlan Frysk Gaeilge Gagauz 贛語 Kriyòl gwiyannen Gàidhlig Galego گیلکی Avañe'ẽ गोंयची कोंकणी / Gõychi Konknni Bahasa Hulontalo 𐌲𐌿𐍄𐌹𐍃𐌺 Ghanaian Pidgin ગુજરાતી Wayuunaiki Farefare Gungbe Gaelg Hausa 客家語 / Hak-kâ-ngî Hawaiʻi עברית हिन्दी Fiji Hindi Hrvatski Hornjoserbsce Kreyòl ayisyen Magyar Հայերեն Արեւմտահայերէն Interlingua Jaku Iban Bahasa Indonesia Interlingue Igbo Igala Iñupiatun Ilokano ГӀалгӀай Ido Íslenska Medžuslovjansky Italiano ᐃᓄᒃᑎᑐᑦ / inuktitut 日本語 Patois La .lojban. Jawa ქართული Qaraqalpaqsha Taqbaylit Karai-karai Jju Адыгэбзэ Kabɩyɛ Tyap Kongo Kumoring Gĩkũyũ Қазақша Kalaallisut ភាសាខ្មែរ ಕನ್ನಡ Yerwa Kanuri 한국어 Перем коми Къарачай-малкъар کٲشُر Ripoarisch Kurdî Kʋsaal Коми Kernowek Кыргызча Latina Ladino Lëtzebuergesch Лакку Лезги Lingua Franca Nova Luganda Limburgs Ligure Ladin Lombard Lingála ລາວ Lietuvių Latgaļu Latviešu Madhurâ मैथिली Basa Banyumasan Мокшень Malagasy Олык марий Māori Minangkabau Македонски മലയാളം Монгол ꯃꯤꯇꯩ ꯂꯣꯟ ဘာသာမန် Moore मराठी Кырык мары Bahasa Melayu Malti Mirandés မြန်မာဘာသာ Эрзянь مازِرونی Nāhuatl Napulitano Nedersaksies Plattdüütsch नेपाली नेपाल भाषा Li Niha Nederlands Norsk nynorsk Norsk bokmål Novial ߒߞߏ IsiNdebele seSewula Nouormand Sesotho sa Leboa Nupe Diné bizaad Chi-Chewa Occitan Livvinkarjala Oromoo ଓଡ଼ିଆ Ирон ਪੰਜਾਬੀ Pangasinan Kapampangan Papiamentu Picard Naijá Deitsch Pälzisch पालि Polski Piemontèis پنجابی Ποντιακά Nawat پښتو Português Pinayuanan Runa Simi ရခိုင် Rumantsch Romani čhib Ikirundi Română Armãneashti Tarandíne Руски Русский Русиньскый Ikinyarwanda संस्कृतम् Саха тыла ᱥᱟᱱᱛᱟᱲᱤ Sardu Sicilianu Scots سنڌي Davvisámegiella Sängö Srpskohrvatski / српскохрватски Taclḥit တႆး සිංහල Simple English Slovenčina سرائیکی Slovenščina Gagana Samoa Anarâškielâ ChiShona Soomaaliga Shqip Српски / srpski Sranantongo SiSwati Sesotho Seeltersk Sunda Svenska Kiswahili ꠍꠤꠟꠐꠤ Ślůnski Sakizaya தமிழ் Tayal ತುಳು ᥖᥭᥰ ᥖᥬᥲ ᥑᥨᥒᥰ తెలుగు Tetun Тоҷикӣ ไทย ትግርኛ ትግሬ Türkmençe Tagalog Tolışi Setswana Lea faka-Tonga Toki pona Tok Pisin Türkçe Seediq Xitsonga Татарча / tatarça ChiTumbuka Twi Reo tahiti Тыва дыл Удмурт ئۇيغۇرچە / Uyghurche Українська اردو Oʻzbekcha / ўзбекча Tshivenda Vèneto Vepsän kel’ Tiếng Việt West-Vlams Volapük Walon Winaray Wolof 吴语 Хальмг IsiXhosa მარგალური ייִדיש Yorùbá Vahcuengh Zeêuws ⵜⴰⵎⴰⵣⵉⵖⵜ ⵜⴰⵏⴰⵡⴰⵢⵜ 文言 閩南語 / Bân-lâm-gí 粵語 中文 IsiZulu আন্তঃৱিকি লিংক সম্পাদনা কৰক এই পৃষ্ঠাখন ০১ জুন, ২০২৬ তাৰিখে ২২:২৭ বজাত অন্তিম সংশোধন কৰা হৈছিল। Page was rendered with Parsoid. লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক। গোপনীয়তা নীতি অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে দায়লুপ্তি আচৰণ বিধি উন্নয়নকাৰী পৰিসংখ্যা কুকিৰ বিবৃতি মোবাইল সংস্কৰণ সন্ধান কৰক অনুসন্ধান বেটুপাত 347টা ভাষা বিষয় যোগ কৰক